This website does readability filtering of other pages. All styles, scripts, forms and ads are stripped. If you want your website excluded or have other feedback, use this form.

ৱিকিউৎস

বেটুপাত

ৱিকিউৎসৰ পৰা Jump to navigation Jump to search ৱিকিউৎসলৈ আদৰিছোঁ। সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল। অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ১,৮২২ টা লেখা আৰু ২২৪ খন পূৰ্ণাংগ গ্ৰন্থ আছে। ক্ষ ড় ঢ় য় ০-৯ সম্পূৰ্ণ তালিকা অনিৰ্দিষ্ট

এই মাহৰ নিৰ্বাচিত লেখা

ডাউনলোড কৰক!

সাহিত্য-প্ৰবেশ- লেখক: বেণুধৰ ৰাজখোৱা


বেণুধৰ ৰাজখোৱাই (১৮৭২-১৯৫৫) ৰচনা কৰা "সাহিত্য-প্ৰবেশ" পুথিখন ১৮৯৫ চনত প্ৰথম প্ৰকাশ হয়। সৰু ল'ৰা-ছোৱালীৰ বাবে যুগুতোৱা এই বিশেষ পুথিখনত একাধিক মনোমোহা সাধু, কেইটিমান নাতিদীৰ্ঘ প্ৰবন্ধ আৰু কবিতা সংকলিত হৈছে।

কোনো এটা খেতিয়কৰ, জন্তুৰ মাত বুজিব পৰা শক্তি আছিল। এদিন সি, তাৰ এটা গৰুৱে গাধ এটাক সম্বোধন কৰি এইদৰে কোৱা শুনিবলৈ পালে, “বন্ধু! তুমি বৰ সুখীয়া। গিৰিহঁতে তোমাৰ গা মলে, ধূলি-বোকা গুচায় আৰু তোমাক খাবলৈ উত্তম আহাৰ দিয়ে। কামৰ ভিতৰত, তুমি তেওঁক পিঠিত তুলি খন্তেক অলৈ-তলৈ লৈ যোৱাঁ।” তাতে গাধই উত্তৰ দি কলে, “তুমি নিচেই নিৰ্ব্বোধ। মোৰ উপদেশ শুনা, তোমাৰো সুখ হব। কাইলৈ ৰাতিপুৱা হলে তুমি গোহালিত বিচেষ্টা হৈ পৰি থাকিবা। যেতিয়া গিৰিহঁতক অহা দেখিবা, ঠেং এছাৰিবলৈ ধৰিবা, আৰু মুখে দি ফেন কাঢ়িবা। এইদৰে নৰিয়াৰ ভাও ধৰি তুমি কাম নকৰাকৈ থাকিব পাৰিবা।” পাচ দিনা ৰাতিপুৱা, গৰুৱে অবিকল তেনে আচৰণ কৰিলে। ইয়াকে দেখি, খেতিয়কে গৰুক এৰি থৈ, গাধক নি হালত জুৰিলে গৈ। গাধই লোকক দুষ্ট বুদ্ধি দি সমুচিত শাস্তি পালে। (সম্পূৰ্ণ পঢ়ক)

এই মাহৰ সহযোগিতামূলক কাম

নবীনচন্দ্ৰ বৰদলৈৰ

আনন্দচন্দ্ৰ আগৰৱালাৰ

নতুন লেখাসমূহ

ৱিকিউৎসৰ বিষয়ে

ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।

ৱিকিউৎস বিচৰণ কৰক

অসমীয়া ৱিকিউৎসৰ লেখাসমূহৰ শ্ৰেণীবদ্ধ তালিকা

ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।

মেটা-ৱিকি
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা ৱিকিপিডিয়া
মুক্ত বিশ্বকোষ ৱিকি-অভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ ৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি কমন্স
অংশীদাৰী মিডিয়া ভঁৰাল ৱিকিউক্তি
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় ৱিকিপ্ৰজাতি
জীৱপ্ৰজাতি নিৰ্দেশিকা ৱিকিসংবাদ
মুক্ত উৎসৰ বাতৰি ৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম


"[as.wikisource.org]"ৰ পৰা সংকলিত শ্ৰেণী:

সা-সঁজুলি

ব্যক্তিগত সৰঞ্জাম

নামস্থান

বিকল্পসমূহ

    দৰ্শন

    অধিক

      দিকদৰ্শন

      প্ৰদৰ্শন বিকল্প

        সঁজুলিসমূহ

        আন প্ৰকল্পসমূহত

        মুদ্ৰণ/ৰপ্তানী

        আন ভাষাসমূহত

        আন্তঃৱিকি লিংক সম্পাদনা কৰক